Showing posts with label Law & Politics. Show all posts
Showing posts with label Law & Politics. Show all posts

Wednesday, August 7, 2019

Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old- সুষমা স্বৰাজৰ মৃত্যু

সুষমা স্বৰাজৰ মৃত্যু
সুষমা স্বৰাজৰ মৃত্যু

This is really very sad news for India As well as Assam is  that Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old

বিজেপিৰ জ্যেষ্ঠ নেত্রী তথা মোদী গভর্মেন্ট ৰ প্রথম কার্যকালৰ বিদেশ মন্ত্রী সুষমা স্বৰাজৰ মৃতু। 
হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যায় আৰু মৃত্যু বৰণ কৰে। 
দীর্ঘ দিন ধৰি অসুস্থ হৈছিল।  
চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। 
ইন্দিৰা গান্ধীৰ পিছতে বিদেশ মন্ত্রণালয়ৰ দায়িত্ব লৈ ভাৰত বৰ্ষৰ দুতিও গৰাকী মহিলা ৰাজনীতিনিবিদ। 

১৯৯০ চনত তেওঁ প্রথমবাৰলৈ ৰাজ্য সভালৈ নির্বাচিত হৈছিল। 
১৯৯৬ চনত প্রথমবাৰলৈ লোকসভালৈ নির্বাচিত হৈছিল। 
১৯৯৮ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল। 
৬৭ বছৰত মৃত্যু হয় নেত্রী গৰাকীৰ। 
সুষমা স্বৰাজৰ মৃত্যুত সমগ্র দেশৰ বাবে বৰ দুখৰ কাৰণ। 

সুষমা স্বৰাজৰ আত্মাৰ সদগতিৰ বাবে প্রার্থনা কৰিলো। 


Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old
Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old



Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old





   

Tuesday, August 6, 2019

Article 370 Full Informations in Assamese

Article 370 Full Informations in Assamese
Article 370 Full Information in Assamese

In this post, I am want to share about Indian Constitution Article no 370 that gives autonomous status to the state of Jammu & Kashmir. The article is drafted in part XXI of the constitution :  

Take a look on below following in Article 370 in Assamese 

Article 370 in Assamese

ARTICLE 370 (ধাৰা ৩৭০) কি...?

এই আইন খন বাৰু কি…? 
কিয় আইনখন বাতিল কৰিব লাগে…? 

Article 370 ৰ বিষয়ে কিছু কথা -

১/ Article 370 ৰ বাবেই জম্মু আৰু কাশ্মীৰৰ নাগৰিক সকলে দ্বি-নাগৰিকত্ব লাভ কৰি আহিছে। 

২/ জম্মু আৰু কাশ্মীৰৰ ৰাষ্টীয় পতাকা সুকীয়া।

৩/ জম্মু আৰু কাশ্মীৰৰ চাৰিসীমাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ অপমান কৰিলে আইনৰ দৃষ্টিত অপৰাধ বুলি গণ্য কৰা নহব। 

৪/ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় (Suprime court) ৰ কোনো আদেশ বা আইন জম্মু আৰু কাশ্মীৰত প্ৰযোজ্য বা বলবৎ নহব।

৫/ ভাৰতৰ সংসদে সীমিত কেইটামান বিষয়ৰ বাহিৰে যি কোনো বিষয়ত জম্মু আৰু কাশ্মীৰৰ সম্পৰ্কে আইন প্ৰণয়ন কৰিব নোৱাৰিব।

৬/ জম্মু আৰু কাশ্মীৰৰ বিধান সভাৰ কাৰ্যকাল ৬ বছৰৰ। কিন্তু ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ বিধান সভা সমূহৰ কাৰ্যকাল ৫ বছৰৰ।

৭/ জম্মু আৰু কাশ্মীৰৰ মহিলাই ভাৰতৰ অন্য কোনো ৰাজ্যৰ পুৰুষৰ সৈতে বিবাহ হোৱাৰ লগে লগে তেওঁৰ নাগৰিকত্ব নাইকিয়া হব। কিন্তু পাকিস্তানৰ পুৰুষৰ লগত বিবাহ হলে পাকিস্তানৰ পুৰুষজনে বিবাহ সুত্ৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব।

৮/ ধাৰা ৩৭০ ৰ বাবেই জম্মু আৰু কাশ্মীৰত RTI,  RTE আৰু CAG বলবৎ নহয়।

৯/ জম্মু আৰু কাশ্মীৰৰ মহিলাৰ ক্ষেত্ৰত শ্বৰীয়তৰ আইনহে প্ৰযোজ্য হয়।

১০/ জম্মু আৰু কাশ্মীৰত পঞ্চায়তৰ অধিকাৰ নাই ।

১১/ জম্মু আৰু কাশ্মীৰত চকীদাৰ, প্ৰহৰী সকলৰ দৰমহা মাত্ৰ ২৫০০ টকা।

১২/ জম্মু আৰু কাশ্মীৰত সংখ্যালঘূ (হিন্দু আৰু শিখ) সকলে সংবিধান প্ৰদত্ত ১৬% আৰক্ষণৰ সুবিধা লাভৰ পৰা সদায় বঞ্চিত ।

১৩/ ভাৰতৰ কোনো অন্য ৰাজ্যৰ মানুহে ধাৰা ৩৭০ ৰ বাবেই জম্মু আৰু কাশ্মীৰত মাটি কিনিব নোৱাৰে। 

১৪/ ধাৰা ৩৭০ ৰ বাবেই পাকিস্থানৰ নাগৰিকে জম্মু আৰু কাশ্মীৰৰ মহিলাৰ লগত বিবাহ সম্পন্ন কৰি ভাৰতৰ নাগৰিকত্ব লাভ কৰি আহিছে। 




Article 370 Full Informations in Assamese
Article 370 Full Informations in Assamese


—————————————

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই জম্মু আৰু কাশ্মীৰত সুদীৰ্ঘ  কাল ধৰি চলি থকা এইখন আইন Article 370 চিৰদিনৰ বাৱে নাইকিয়া কৰিব বিচাৰিছিল। যিটো আজি সম্পূৰ্ণ হ'ল। মোডীৰ দৰেই পূৰ্বৰ আন এজন প্ৰধানমন্ত্ৰীয়ে Article 370 নাকচ কৰাৰ চেষ্টা কৰিছিল। 

তেওঁ আছিল — অতল বিহাৰী বাজপেয়ী। 

বাজপেয়ীৰ চৰকাৰখন বহু দলৰ যোৰা-টাপলি মৰা মিত্ৰযোঁটৰ চৰকাৰ আছিল। সেই কাৰণে বাজপেয়ীৰ আশা পুৰ নহ'ল। কিন্তু এইবাৰ মোডী ডাঙৰীয়া এই ক্ষেত্রত সফল হ'ল। 
_________


এই পোষ্টতোৰ পৰা ধাৰা ৩৭০ কি নিশ্চয় জানিলে। এতিয়া আপোনাৰ বন্ধু বা বিভিন্ন ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰি দিব। যাতে এই আইনখনৰ বিষয়ে আনেও জনাত সহায় হয়।


এনে ধৰণৰ পোষ্ট পায় থকিবলৈ আমাৰ website ফলো কৰিব 

Wednesday, July 17, 2019

Motor Vehicle Act 1988 / Lok Sabha updates (2019)

Motor Vehicle Act 1988 / Lok Sabha updates (2019)

Motor Vehicle Act 1988 / Lok Sabha updates (2019)
Motor Vehicle Act 1988 / Lok Sabha updates (2019)


লোকসভাত কেন্দ্ৰীয় চৰকাৰে (LOK SABHA) দাখিল কৰিছে Motor Vehicle Act 2019 । পথ দুৰ্ঘটনা ৰোধ আৰু পথত ট্ৰাফিক নিয়ম পালন নকৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ এই বিধেয়কৰ মূল উদ্দেশ্য। ১৯৮৮ চনৰ পুৰণি আইন সংশোধন কৰি প্ৰস্তুত কৰা হৈছে নতুন Motor Vehicle Act। পূৰ্বৰ চৰকাৰে পুৰণি আইনখনত ৮৮টা সংশোধন ঘটাইছে। সেয়েহে এই বিধেয়কখনক নতুন হিচাপেই ধৰা হৈছে। lok Sabha Updates 2019.

>> সুৰাপান কৰি গাড়ী চলোৱাৰ জৰিমনা ২০০০ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।(Drinks & Drive vehicle)

>> কোনো জৰুৰীকালীন সেৱাৰ গাড়ী বাট এৰি নিদিলে প্ৰথমবাৰ ১০ হাজাৰ টকাৰ জৰিমনা। (Ambulance, any emergency vehicle burden)

>> ম’বাইলত কথা পাতি গাড়ী চলালে জৰিমনা ১০০০ টকাৰ পৰা বৃদ্ধি কৰি ৫০০০ টকা কৰাৰ প্ৰস্তাৱ।>> হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১০০০ টকাৰ জৰিমনা আৰু তিনি মাহৰ বাবে লাইচেঞ্চ জব্দৰ প্ৰস্তাৱ। বৰ্তমান হেলমেট পৰিধান নকৰাকৈ গাড়ী চলালে জৰিমনা ১০০ টকা।( Calling at Drivining)

>> ৰেচ ড্ৰাইভিং কৰিলে জৰিমনা ১০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।( Race Driving)

>> লাইচেঞ্চ অবিহনে গাড়ী চলালে জৰিমনা ৫০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।(Driving without Licence card)

>> দ্ৰুতগতিত গাড়ী চলালে জৰিমনা ৫০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।

>> ছিট বেল্ট নলগালে জৰিমনা ১০০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।

>> নাবালকে গাড়ী চলোৱা ধৰা পৰিলে তেওঁৰ অভিভাৱক বা গাড়ীৰ মালিক দোষী সাব্যস্ত হ’ব। ইয়াৰ বাবে ২৫ হাজাৰ টকাৰ জৰিমনাৰ লগতে ৩ বছৰৰ বাবে জে’লৰ প্ৰস্তাৱ। লগতে গাড়ীৰ ৰেজিষ্ট্ৰেচন বাতিল কৰাৰো প্ৰস্তাৱ নতুন বিধেয়কত।

>> লাইচেঞ্চ বনোৱা বা গাড়ীৰ ৰেজিষ্ট্ৰেচনৰ বাবে আধাৰ নম্বৰ বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ। (Aadhar Card Mandatory for vehicle registration)

>> লাইচেঞ্চৰ বৈধতা শেষ হোৱাৰ পিছত এবছৰলৈ লাইচেঞ্চ ৰিনিউ অৰ্থাৎ পুনৰ বনাব পাৰিব। বৰ্তমান এই সময়সীমা কেৱল এমাহ। ( Renew of driving licence is only one month)

>> যদি পথত ভুল ডিজাইন বা নিৰ্মাণৰ ফলত দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হয় তেন্তে পথ নিৰ্মাণ কৰা ঠিকাদাৰ, পৰামৰ্শদাতাৰ লগতে প্ৰতিষ্ঠান জগৰীয়া হ’ব।

>> যদি গাড়ীৰ গুণগত মান নিম্ন হোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় তেন্তে চৰকাৰে সেই সকলো গাড়ী বজাৰৰ পৰা ওভতাই লোৱাৰ অধিকাৰ থাকিব। লগতে নিৰ্মাণকাৰী কোম্পানীৰ ওপৰত সৰ্বাধিক ৫০০ কোটিৰ জৰিমনা নিৰ্ধাৰণ কৰিব পাৰিব।

Follow these guidelines and driving.

Lok Sabha motor vehicle Act 1988 .

My Blogger Tricks © 2012.