This is really very sad news for India As well as Assam is that Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old
বিজেপিৰ জ্যেষ্ঠ নেত্রী তথা মোদী গভর্মেন্ট ৰ প্রথম কার্যকালৰ বিদেশ মন্ত্রী সুষমা স্বৰাজৰ মৃতু।
হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যায় আৰু মৃত্যু বৰণ কৰে।
দীর্ঘ দিন ধৰি অসুস্থ হৈছিল।
চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।
ইন্দিৰা গান্ধীৰ পিছতে বিদেশ মন্ত্রণালয়ৰ দায়িত্ব লৈ ভাৰত বৰ্ষৰ দুতিও গৰাকী মহিলা ৰাজনীতিনিবিদ।
১৯৯০ চনত তেওঁ প্রথমবাৰলৈ ৰাজ্য সভালৈ নির্বাচিত হৈছিল।
১৯৯৬ চনত প্রথমবাৰলৈ লোকসভালৈ নির্বাচিত হৈছিল।
১৯৯৮ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল।
৬৭ বছৰত মৃত্যু হয় নেত্রী গৰাকীৰ।
সুষমা স্বৰাজৰ মৃত্যুত সমগ্র দেশৰ বাবে বৰ দুখৰ কাৰণ।
সুষমা স্বৰাজৰ আত্মাৰ সদগতিৰ বাবে প্রার্থনা কৰিলো।
![]() |
Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old |
Senior BJP Leader Susma Swaraj Passes Away At 67 Years Of Old