![]() |
Article 370 Full Information in Assamese |
In this post, I am want to share about Indian Constitution Article no 370 that gives autonomous status to the state of Jammu & Kashmir. The article is drafted in part XXI of the constitution :
Take a look on below following in Article 370 in Assamese
Article 370 in Assamese
ARTICLE 370 (ধাৰা ৩৭০) কি...?
এই আইন খন বাৰু কি…?
কিয় আইনখন বাতিল কৰিব লাগে…?
Article 370 ৰ বিষয়ে কিছু কথা -
১/ Article 370 ৰ বাবেই জম্মু আৰু কাশ্মীৰৰ নাগৰিক সকলে দ্বি-নাগৰিকত্ব লাভ কৰি আহিছে।
➖
২/ জম্মু আৰু কাশ্মীৰৰ ৰাষ্টীয় পতাকা সুকীয়া।
➖
৩/ জম্মু আৰু কাশ্মীৰৰ চাৰিসীমাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ অপমান কৰিলে আইনৰ দৃষ্টিত অপৰাধ বুলি গণ্য কৰা নহব।
➖
৪/ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় (Suprime court) ৰ কোনো আদেশ বা আইন জম্মু আৰু কাশ্মীৰত প্ৰযোজ্য বা বলবৎ নহব।
➖
৫/ ভাৰতৰ সংসদে সীমিত কেইটামান বিষয়ৰ বাহিৰে যি কোনো বিষয়ত জম্মু আৰু কাশ্মীৰৰ সম্পৰ্কে আইন প্ৰণয়ন কৰিব নোৱাৰিব।
➖
৬/ জম্মু আৰু কাশ্মীৰৰ বিধান সভাৰ কাৰ্যকাল ৬ বছৰৰ। কিন্তু ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ বিধান সভা সমূহৰ কাৰ্যকাল ৫ বছৰৰ।
➖
৭/ জম্মু আৰু কাশ্মীৰৰ মহিলাই ভাৰতৰ অন্য কোনো ৰাজ্যৰ পুৰুষৰ সৈতে বিবাহ হোৱাৰ লগে লগে তেওঁৰ নাগৰিকত্ব নাইকিয়া হব। কিন্তু পাকিস্তানৰ পুৰুষৰ লগত বিবাহ হলে পাকিস্তানৰ পুৰুষজনে বিবাহ সুত্ৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব।
➖
৮/ ধাৰা ৩৭০ ৰ বাবেই জম্মু আৰু কাশ্মীৰত RTI, RTE আৰু CAG বলবৎ নহয়।
➖
৯/ জম্মু আৰু কাশ্মীৰৰ মহিলাৰ ক্ষেত্ৰত শ্বৰীয়তৰ আইনহে প্ৰযোজ্য হয়।
➖
১০/ জম্মু আৰু কাশ্মীৰত পঞ্চায়তৰ অধিকাৰ নাই ।
➖
১১/ জম্মু আৰু কাশ্মীৰত চকীদাৰ, প্ৰহৰী সকলৰ দৰমহা মাত্ৰ ২৫০০ টকা।
➖
১২/ জম্মু আৰু কাশ্মীৰত সংখ্যালঘূ (হিন্দু আৰু শিখ) সকলে সংবিধান প্ৰদত্ত ১৬% আৰক্ষণৰ সুবিধা লাভৰ পৰা সদায় বঞ্চিত ।
➖
১৩/ ভাৰতৰ কোনো অন্য ৰাজ্যৰ মানুহে ধাৰা ৩৭০ ৰ বাবেই জম্মু আৰু কাশ্মীৰত মাটি কিনিব নোৱাৰে।
➖
১৪/ ধাৰা ৩৭০ ৰ বাবেই পাকিস্থানৰ নাগৰিকে জম্মু আৰু কাশ্মীৰৰ মহিলাৰ লগত বিবাহ সম্পন্ন কৰি ভাৰতৰ নাগৰিকত্ব লাভ কৰি আহিছে।
![]() |
Article 370 Full Informations in Assamese |
—————————————
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই জম্মু আৰু কাশ্মীৰত সুদীৰ্ঘ কাল ধৰি চলি থকা এইখন আইন Article 370 চিৰদিনৰ বাৱে নাইকিয়া কৰিব বিচাৰিছিল। যিটো আজি সম্পূৰ্ণ হ'ল। মোডীৰ দৰেই পূৰ্বৰ আন এজন প্ৰধানমন্ত্ৰীয়ে Article 370 নাকচ কৰাৰ চেষ্টা কৰিছিল।
তেওঁ আছিল — অতল বিহাৰী বাজপেয়ী।
বাজপেয়ীৰ চৰকাৰখন বহু দলৰ যোৰা-টাপলি মৰা মিত্ৰযোঁটৰ চৰকাৰ আছিল। সেই কাৰণে বাজপেয়ীৰ আশা পুৰ নহ'ল। কিন্তু এইবাৰ মোডী ডাঙৰীয়া এই ক্ষেত্রত সফল হ'ল।
_________
এই পোষ্টতোৰ পৰা ধাৰা ৩৭০ কি নিশ্চয় জানিলে। এতিয়া আপোনাৰ বন্ধু বা বিভিন্ন ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰি দিব। যাতে এই আইনখনৰ বিষয়ে আনেও জনাত সহায় হয়।
এনে ধৰণৰ পোষ্ট পায় থকিবলৈ আমাৰ website ফলো কৰিব
Good keep it up bro
ReplyDeletethanks for the comment
Delete