Motor Vehicle Act 1988 / Lok Sabha updates (2019)
Motor Vehicle Act 1988 / Lok Sabha updates (2019)

Motor Vehicle Act 1988 / Lok Sabha updates (2019)
Motor Vehicle Act 1988 / Lok Sabha updates (2019)


লোকসভাত কেন্দ্ৰীয় চৰকাৰে (LOK SABHA) দাখিল কৰিছে Motor Vehicle Act 2019 । পথ দুৰ্ঘটনা ৰোধ আৰু পথত ট্ৰাফিক নিয়ম পালন নকৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ এই বিধেয়কৰ মূল উদ্দেশ্য। ১৯৮৮ চনৰ পুৰণি আইন সংশোধন কৰি প্ৰস্তুত কৰা হৈছে নতুন Motor Vehicle Act। পূৰ্বৰ চৰকাৰে পুৰণি আইনখনত ৮৮টা সংশোধন ঘটাইছে। সেয়েহে এই বিধেয়কখনক নতুন হিচাপেই ধৰা হৈছে। lok Sabha Updates 2019.

>> সুৰাপান কৰি গাড়ী চলোৱাৰ জৰিমনা ২০০০ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।(Drinks & Drive vehicle)

>> কোনো জৰুৰীকালীন সেৱাৰ গাড়ী বাট এৰি নিদিলে প্ৰথমবাৰ ১০ হাজাৰ টকাৰ জৰিমনা। (Ambulance, any emergency vehicle burden)

>> ম’বাইলত কথা পাতি গাড়ী চলালে জৰিমনা ১০০০ টকাৰ পৰা বৃদ্ধি কৰি ৫০০০ টকা কৰাৰ প্ৰস্তাৱ।>> হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১০০০ টকাৰ জৰিমনা আৰু তিনি মাহৰ বাবে লাইচেঞ্চ জব্দৰ প্ৰস্তাৱ। বৰ্তমান হেলমেট পৰিধান নকৰাকৈ গাড়ী চলালে জৰিমনা ১০০ টকা।( Calling at Drivining)

>> ৰেচ ড্ৰাইভিং কৰিলে জৰিমনা ১০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।( Race Driving)

>> লাইচেঞ্চ অবিহনে গাড়ী চলালে জৰিমনা ৫০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।(Driving without Licence card)

>> দ্ৰুতগতিত গাড়ী চলালে জৰিমনা ৫০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।

>> ছিট বেল্ট নলগালে জৰিমনা ১০০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।

>> নাবালকে গাড়ী চলোৱা ধৰা পৰিলে তেওঁৰ অভিভাৱক বা গাড়ীৰ মালিক দোষী সাব্যস্ত হ’ব। ইয়াৰ বাবে ২৫ হাজাৰ টকাৰ জৰিমনাৰ লগতে ৩ বছৰৰ বাবে জে’লৰ প্ৰস্তাৱ। লগতে গাড়ীৰ ৰেজিষ্ট্ৰেচন বাতিল কৰাৰো প্ৰস্তাৱ নতুন বিধেয়কত।

>> লাইচেঞ্চ বনোৱা বা গাড়ীৰ ৰেজিষ্ট্ৰেচনৰ বাবে আধাৰ নম্বৰ বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ। (Aadhar Card Mandatory for vehicle registration)

>> লাইচেঞ্চৰ বৈধতা শেষ হোৱাৰ পিছত এবছৰলৈ লাইচেঞ্চ ৰিনিউ অৰ্থাৎ পুনৰ বনাব পাৰিব। বৰ্তমান এই সময়সীমা কেৱল এমাহ। ( Renew of driving licence is only one month)

>> যদি পথত ভুল ডিজাইন বা নিৰ্মাণৰ ফলত দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হয় তেন্তে পথ নিৰ্মাণ কৰা ঠিকাদাৰ, পৰামৰ্শদাতাৰ লগতে প্ৰতিষ্ঠান জগৰীয়া হ’ব।

>> যদি গাড়ীৰ গুণগত মান নিম্ন হোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় তেন্তে চৰকাৰে সেই সকলো গাড়ী বজাৰৰ পৰা ওভতাই লোৱাৰ অধিকাৰ থাকিব। লগতে নিৰ্মাণকাৰী কোম্পানীৰ ওপৰত সৰ্বাধিক ৫০০ কোটিৰ জৰিমনা নিৰ্ধাৰণ কৰিব পাৰিব।

Follow these guidelines and driving.

Lok Sabha motor vehicle Act 1988 .

Post a Comment

Previous Post Next Post