আপোনালোকে কৰিব পৰা কাম ২১ দিনত ONLINE ? 👇
১, নিজৰ এটা ইউটিউব চেনেল। 💰
২, নিজৰ এটা সুন্দৰ ব্লগ বা ৱেবছাইট। 👨🏫
৩, কিছুমান ৱেবছাইটত আপুনি জনা কামখিনি কৰি যেনে - Fiver, Upwork Etc. 👨💻
৪, Affiliate Marketing কৰি 🛍
৫, ড্ৰপচিপিং কৰি online দোকান বনায় 👔
৬, কিছুমান মানুহৰ লাগতিয়াল কাম-সমূহ কৰি Online 👩💻
৭, Online ক্লাছ আৰু অধ্যয়ন কৰি। 👨🔬
সকলোৱে এই LOCK DOWN ৰ সময়ছোৱাত নিজৰ নিজৰ ঘৰত থাকি এই খিনি ONLINE কাম যদি কৰে। CORONA ভাইৰাছ ও নাইকিয়া হ'ব আৰু বন্ধৰ দিনকেইটাও এনে নাযায়। 🕧🕐
![]() |
Work From Home |
এতিয়া আপোনাৰ মনত এটা প্ৰশ্নৰ উদয় হ'ব পাৰে যে আমি কেবল ২১ দিন ONLINE ত কাম কৰিলেই পইচা পাম নেকি ?🤔
👉🏽 শুনক মই এই কেইটা উপায় কিহৰ কাৰনে কৈ আছো। ভাবি চাওক। আপুনি ঘৰত এনেই সোমায় থকাতকৈ যদি এই কেইটা কামত মনযোগ দিয়ে, তেন্তে আপোনাৰ এইখিনি সময় বহুত কামত আহিব পাৰে পিছত। কেনেকৈ শুনক।
১, যদি আপুনি ভালকৈ এইখিনি কাম কৰে online পইচা ইনকাম কৰাতো সিমান একো টান কাম নহয়।
২, আপুনি এটা বহুত ডাঙৰ skill শিকি ল'লে।
৩, পিছত আপুনি এইখিনি কাম Part time বা ভাল পইছা আহিলে Fulltime ও কৰিব পাৰে।
৪, আপুনি নিজে বহুত শিকিব পাব।
👨🏫 কৰি চাব বুলি আশা কৰিলো।
আহক আমি সকলোৱে মিলি এই মহামাৰী কৰুণা ভাইৰাছ😷 নাইকিয়া কৰো। 👊
thanks for your comment.
ReplyDeleteVery good site for latest GK of Assam & India "GK UPGRADE"
ReplyDeleteEverything about Guwahati Unlock 1.0 VISIT "GK UPGRADE"
ReplyDelete