JIO ৰ শেহতীয়া UPDATES 👇
JIO ৰ ফালৰ পৰা অন্য এটা আপডেট আহিল। এতিয়াৰ পৰা JIO ৰ পৰা অন্য নেটৱৰ্কলৈ ফোন কৰিলে আপুনি ভৰিব লাগিব ৬ পইচা।
TRAI - TELECOM REGURALATORY AUTHORITY OF INDIA ৰ IUC - INTERCONNECT USAGE CHARGE- GUIDELINES অনুযায়ী JIO এ এই সিন্ধান্ত গ্ৰহন কৰিছে। JIO চাৰিটা IUC PLAN সদৰি কৰিছে।
এতিয়া আপোনালোকে কি কি PLAN ৰ RECHARGE কৰিব লাগিব জানি লওক 👇
1. ১০ টকা - ১২৪ IUC মিনিট আৰু ১ জিবি অতিৰিক্ত ডাটা।
২. ২০ টকা - ২৪৯ IUC মিনিট আৰু ২ জিবি অতিৰিক্ত ডাটা।
৩ . ৫০ টকা - ৬৫৬ IUC মিনিট আৰু ৫ জিবি অতিৰিক্ত ডাটা।
৪. ১০০ টকা - ১৩৬২ IUC মিনিট আৰু ১০ জিবি অতিৰিক্ত ডাটা।
এতিয়াৰ পৰা JIO ৰ পৰা অন্য নেটৱৰ্কলৈ - ভোডাফোন, এয়াৰটেল আদিলৈ ক'ল কৰিলে ভৰিব লাগিব ৬ পইচা ।
JIO সদৰি কৰা মতে এই IUC কেইদিনমানৰ কাৰনে উপলব্ধ থাকিব।

Jio IUC Plan |
Post a Comment