Wednesday, October 9, 2019

এতিয়াৰ পৰা JIO ৰ পৰা অন্য নেটৱৰ্কলৈ - ভোডাফোন, এয়াৰটেল আদিলৈ ক'ল কৰিলে ভৰিব লাগিব ৬ পইচা

JIO ৰ শেহতীয়া UPDATES 👇

JIO ৰ ফালৰ পৰা অন্য এটা আপডেট আহিল। এতিয়াৰ পৰা JIO ৰ পৰা অন্য নেটৱৰ্কলৈ ফোন কৰিলে আপুনি ভৰিব লাগিব ৬  পইচা।

TRAI - TELECOM REGURALATORY AUTHORITY OF INDIA ৰ IUC - INTERCONNECT USAGE CHARGE- GUIDELINES অনুযায়ী JIO এ এই সিন্ধান্ত গ্ৰহন কৰিছে। JIO চাৰিটা IUC PLAN সদৰি কৰিছে।

এতিয়া আপোনালোকে কি কি PLAN ৰ RECHARGE কৰিব লাগিব জানি লওক 👇

1. ১০  টকা - ১২৪ IUC মিনিট আৰু ১ জিবি  অতিৰিক্ত ডাটা।

২. ২০ টকা - ২৪৯ IUC মিনিট আৰু ২ জিবি অতিৰিক্ত ডাটা।

৩ . ৫০ টকা - ৬৫৬ IUC মিনিট আৰু ৫ জিবি  অতিৰিক্ত ডাটা।

৪. ১০০ টকা - ১৩৬২ IUC মিনিট আৰু ১০ জিবি অতিৰিক্ত ডাটা।

এতিয়াৰ পৰা JIO ৰ পৰা অন্য নেটৱৰ্কলৈ - ভোডাফোন, এয়াৰটেল আদিলৈ ক'ল কৰিলে ভৰিব লাগিব ৬ পইচা ।

JIO সদৰি কৰা মতে এই IUC কেইদিনমানৰ কাৰনে উপলব্ধ থাকিব।
Jio IUC Plan





No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

My Blogger Tricks © 2012.