Wednesday, March 24, 2021

NOTA vote ৰ মূল্য কিমান ?

 NOTA Vote ৰ মূল্য কিমান?

NOTA Vote ৰ সহায়ত পলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ গাদী আতৰাই পঠাবলৈ সক্ষম হৈছিল ৷
NOTA Vote ৰ ভোটৰ জৰিয়তে ৰাচিয়াৰ কমিউনিষ্টৰ চৰকাৰক পতন ঘটাইছিল ৷






আহক আজি NOTA ৰ বিষয়ে অলপ জানো :


ভাৰতত ২০১৩ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যিক নিৰ্বাচনত NOTA Option সংলগ্ন কৰিছিল ৷ ১৫ লাখতকৈ অধিক লোকে NOTA Option ক Choice কৰিছিল আৰু ভাৰত বিশ্বৰ ১৪ নম্বৰ NOTA ব্যৱহাৰকাৰী দেশ হিচাপে তালিকাত অন্তভুক্ত হৈছিল ৷


Greece, Columbia, Spain য়ে ইয়াক Write vote বুলি কয়৷ আৰ্জেন্টিনাত ইয়াক Blank vote বুলি কয়৷ ইউক্ৰেণত ইয়াক against war বুলি কয়৷ আৰু ভাৰতত ইয়াক NOTA বুলি কোৱা হয়৷ NOTA মানে হ’ল None Of The Above অৰ্থাৎ ইয়াৰ এজনো নহয় ৷


যদিহে আপোনাৰ সমষ্টিত কোনো এজন প্ৰাৰ্থীক উপযুক্ত বুলি নাভাবে তেন্তে NOTA ত ভোট দিয়ক আৰু ইয়াৰ যোগেদি গনতন্ত্ৰৰ প্ৰকৃত শক্তি নিৰূপন কৰক৷ আৰু অনাগত দিনত আমাৰ অসমতো যদি NOTA ভোটাৰৰ সংখ্যা সৰ্বাধিক হয় তেন্তে নিৰ্বাচন আয়োগে এক প্ৰস্তাৱ প্ৰস্তুত কৰি পুনৰ নতুনকৈ নিৰ্বাচন অনষ্ঠিত কৰাৰ লগতে প্ৰাৰ্থী সকলক নিৰ্বাচন খেলাৰ পৰা বিৰত ৰাখি (Black list কৰি) নতুন প্ৰাৰ্থীৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে আইনত পৰিনত কৰিবলৈ বাধ্য হ’ব৷ গতিকে যিমান পাৰে সকলোৱে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয়ৰে NOTA ত ভোট সাব্যস্ত কৰি গোটেই দেশত এই আইন কাৰ্যকৰি কৰাত বিশেষ ভূমিকা লব লাগিব ৷

CHECK OUR ANOTHER POST

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

My Blogger Tricks © 2012.