আপোনালোকে লক্ষ্য কৰে চাগে সন্ধিয়াৰ ভাগত মহৰ প্ৰকোপ বৃদ্ধি পায় লগতে দেখা যায় কিছুমান
মানুহক মহে আনৰ তুলনাত বেছিকৈ কামোৰে। এনে কিয় হয় জানেনে ? না ব্যক্তি বিশেষে আক্ৰমণ
কৰে মহে । জানো আহক-
মানুহক মহে আনৰ তুলনাত বেছিকৈ কামোৰে। এনে কিয় হয় জানেনে ? না ব্যক্তি বিশেষে আক্ৰমণ
কৰে মহে । জানো আহক-
(১) শৰীৰৰ দ্বাৰা এৰি দিয়া কাৰ্বন ডাই অক্সাইডৰ পৰা নিৰ্ধাৰিত হয় মেটাবলিক ৰেট আৰু ই শৰীৰৰ
এটা জটিল বিষয়। মানৱ শৰীৰৰ কাৰ্বন ডাই অক্সাইডৰ গোন্ধে মহক আকৰ্ষণ কৰে। আৰু মাইকী
মহে নিজৰ গোন্ধ ল’ব পৰা ক্ষমতা থকা বাবে কাৰ্বন ডাই অক্সাইডৰ গোন্ধ ধৰি ল'ৱ পাৰে। অধ্যয়ন
মতে, গৰ্ভৱতী মহিলাই সাধাৰণ মানুহৰ তুলনাত ২০ শতাংশ বেছি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে,
যাৰ বাবে গৰ্ভৱতী মহিলাক বেছিকৈ কামোৰে।
(২) মানৱ শৰীৰৰ ছালত বহু প্ৰকাৰৰ বেক্টেৰিয়া লুকাই থাকে যদিওঁ ই ইমান বেয়া কথা নহয়। কিন্তু ই
মহক আপোনাৰ ওচৰলৈ আহিবলৈ নিয়ন্ত্ৰণ দিৱ পাৰে। এক গৱেষণাত দাবী কৰিছে যে মহে কিছুমান
বিশেষ প্ৰকাৰৰ বেক্টেৰিয়া থকা মানুহক পছন্দ কৰে। যি সকল লোকৰ ছালত বহু প্ৰকাৰৰ বেক্টেৰিয়া
থাকে, তেওঁলোকক মহে কম আক্ৰমণ কৰে।

(৩) মানুহৰ কিছুমান তেজৰ গ্ৰুপৰ বাবে মহে আক্ৰমণ কৰে। বিশেষকৈ o গ্ৰুপৰ তেজ থকা
লোকৰ প্ৰতি বেছিকৈ মহ আকৰ্ষিত হয়। তাৰ পিছতে a গ্ৰুপৰ তেজ থকা লোক। মুঠৰ ওপৰত এই
দুয়োটা তেজৰ গ্ৰুপ থকা লোকক মহে চুম্বকৰ দৰে আকৰ্ষণ কৰে।
লোকৰ প্ৰতি বেছিকৈ মহ আকৰ্ষিত হয়। তাৰ পিছতে a গ্ৰুপৰ তেজ থকা লোক। মুঠৰ ওপৰত এই
দুয়োটা তেজৰ গ্ৰুপ থকা লোকক মহে চুম্বকৰ দৰে আকৰ্ষণ কৰে।
(৪) মহে সাধাৰণতে সাধাৰণতে মানুহৰ ওচৰ পাবলৈ দৃষ্টি আৰু গোন্ধৰ সহায় লয় সেয়েহে বাহিৰলৈ
ওলাই আহোতে মানুহে সাধাৰণ পাতল ৰঙৰ কাপোৰৰ পিন্ধি ওলাই আহিব লাগে।
ওলাই আহোতে মানুহে সাধাৰণ পাতল ৰঙৰ কাপোৰৰ পিন্ধি ওলাই আহিব লাগে।
(৫) মহে মানৱ শৰীৰৰ ঘাম আৰু লেক্টিক এচিড বহুত ভাল পায়, যাৰ বাবে ঘৰ্মাক্ত শৰীৰৰ লোকক
মহে সোনকালে আক্ৰমণ কৰে সেয়েহে মানুহে সদায় গা ধূৱ লাগে।
মহে সোনকালে আক্ৰমণ কৰে সেয়েহে মানুহে সদায় গা ধূৱ লাগে।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.