WHATS APP ৰ লগতে FACEBOOK ব্যৱহাৰকাৰীৰ বাবে সুখবৰ - Facebook & Whats app important updates in assamese
ASSAM DIGITAL GUIDE Latest important updates. Don't Miss it, Friends.


In this post, we are going to discuss one important topic which is an important update by Facebook as well as What App. Now you can share your Whats App stories with Facebook as well instantly. For using this important tricks you can read all the writing discussed in our blog Assam digital guide. Follow some important tricks to share your Whats App stories with your Facebook stories as well. Read this post in the Assamese language for better understanding.


Facebook & Whatsapp important updates



Whats app ৰ লগতে  FACEBOOK ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ।
আপুনি বাৰু গম পায় নে যোৱা কেইদিনমানৰ ভিতৰত ৱাটচাপে আপোনালোক সকলোৱে বাবে কেবাটাও নতুন নতুন  Features Launch কৰিছে ।


তাৰ ভিতৰত সবাতোকৈ ভাল লগা Feature এটিৰ বিষয়ে কবলৈ ওলাইছো ।
আপুনি বাৰু নিয়মিত ফেচবুক ৱাটচাপ ব্যৱহাৰ কৰে নেকি
নিশ্চয়কৈ কৰে ।

আপোনালোকে এতিয়াৰ পৰা ৱাটচাপত ষ্টেটাচ আপোলোড কৰিলে সেই ষ্টেটাচতো আপুনি ফেচবুকৰ  STORY OPTION ত শ্বেয়াৰ কৰিব পাৰিব । কাৰণ আমি যিটো ষ্টেটাচ আপলোড কৰো সেই ষ্টেটাচ তো আমাৰ ৱাটচাপত থকা বন্ধু বান্ধৱীৰ বাহিৰেও ফেচবুকত থকা বন্ধু বৰ্গই চোৱাতো বিছাৰো ।


গতিকে অতি সহজে আপোনালোকে আপলোড ষ্টেটাচ ফেচবুকৰ  Story লৈ Share  কৰিব পাৰিব ৱাটচাপৰ জড়িয়তে ।


কিন্তু মনত ৰাখিব আপুনি যিটো ষ্টেটাচ আপোলোড কৰে ঠিক ১০ছেকেণ্ড সময়ৰ ভিতৰত দিব পাৰিব ।  আপুনি  Option এটা দেখা পাব যেতিয়া এটি ষ্টেটাচ লিখে  SHARE TO FACEBOOK STORY তাত আপুনি লগে লগে ক্লিক কৰি পঠাই দিব,

মনত ৰখা দৰকাৰ আপোনাৰ ফেচবুক একাউন্টতো যেন
লগ ইন হৈ থাকে ফেচবুক এপ তোৰ লগত ।



For more posts you can click here

How to apply driving license in Assam

Thanks for reading. You can share this post with all of your friends.



Post a Comment

Previous Post Next Post