Thursday, March 4, 2021

বিলিয়নেয়াৰৰ ঘৰত থিয় দিলে ৪০ গৰাকী নতুন ভাৰতীয় ।

  



বিলিয়নেয়াৰৰ ঘৰত থিয় দিলে নতুন ৪০ গৰাকী ভাৰতীয়য়ে । 

আপোনালোগে যানে যে পূৰ্বতে ভাৰতীয় বিলিয়নেয়াৰৰ সংখ্য়া আছিল ১৩৭ গৰাকী আৰু


বৰ্তমান সময়ত ইয়াৰ সংখ্য়া ৪০ গৰাকী বৃদ্ধী পায় গতিকে বিগত বৰ্ষত মুঠ ভাৰতীয় 


বিলিয়নেয়াৰৰ সংখ্য়া হয়গৈ ১৭৭ গৰাকী । 









প্ৰকাশ কৰা মতে ভাৰতীয় ধনাঢ্য় ব্য়ক্তিৰ তালিকাত ৮৩ বিলিয়ন ডলাৰ সম্পদেৰে শীৰ্ষত আছে 


মুকেশ আম্বানি। জি'অ / ৰিলায়েন্সৰ মালিক মুকেশ আম্বানিৰ সম্পদৰ পৰিমাণ ২০২০ বৰ্ষত 


২৪ শতাংশ বৃদ্ধি পায়। লগতে এই তালিকাৰ দ্বিতীয় স্থানত থকা গৌতম আদানিৰ মুঠ সম্পদৰ


পৰিমান হৈছে ৩২ বিলিয়ন ডলাৰ। তালিকাৰ তৃতীয় স্থানত আছে এইচ চি এলৰ মুৰব্বী শিৱ নাডাৰ


আৰু তেওঁৰ সম্পদৰ পৰিমান হৈছে ২৭ বিলিয়ন ডলাৰ।







লগতে এইটো যানি থওঁক যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিলিয়নেয়াৰ এলন মাস্ক যিজন বিশ্বৰ 


আটাইতকৈ ধনী ব্য়ক্তি যাৰ মুঠ সম্পদৰ পৰিমাণ ১৯৭ বিলিয়ন ডলাৰ।





No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

My Blogger Tricks © 2012.