Friday, August 5, 2022

1,000 Subscribers পোৱাৰ পিছত, ইউটিউবৰ পৰা প্ৰথম পৰিশোধ (First Payment) প্ৰাপ্ত কৰিবলৈ কিমান সময় লাগে ?

Assamese Youtuber





1000 গ্ৰাহক প্ৰাপ্ত কৰাৰ পিছত, ইউটিউবৰ পৰা প্ৰথম পৰিশোধ প্ৰাপ্ত কৰিবলৈ মোক 9 মাহ সময় লাগিছিল।


চেনেল Create কৰাৰ পিছত 


1000 জন Subscribers  পাবলৈ ৮ মাহ সময় লাগিছিল।


পাঁচ মাহৰ পিছত, মোৰ Watch Time সম্পূৰ্ণ হ'ল।


Watch Time  সম্পূৰ্ণ  হোৱাৰ ৪ মাহ পিছত মই প্ৰথম পৰিশোধ লাভ কৰিছিলো।



আজিকালি ১০০০ subscribers সম্পূর্ণ হোৱাৰ পিছতে ইউটিউব চেনেল এটা monetisation হয়, যদিহে আপুনি last ৩৬৫ দিনত ৪০০০ watch সময় সম্পূর্ণ কৰিৱ পাৰে , লগতে সমগ্ৰ ৩৬৫ দিনত, ৪০০০ ঘন্টা watch সময় ধৰি ৰাখিব পাৰে।


ইয়াৰ সৈতে নিজকে তুলনা নকৰিব, ইয়াৰ বাবে আপোনাক কম বেছি সময় লাগিব পাৰে। ইউটিউবত কোনো নিৰ্দিষ্ট সময় সীমা নাই যে ইমান সময় পাৰ হোৱাৰ পিছত, আপুনি বেতন পাব।

এই সকলোবোৰ আপোনাৰ কঠোৰ পৰিশ্ৰম, ভাগ্য আৰু আপোনাৰ চেনেলৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে।



No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

My Blogger Tricks © 2012.