বলিউদৰ জনপ্ৰিয় অভিনেতা বিবেক অ'বৰয়ে লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ কৰিব ৱেব-চিৰিছ ।
বলিউদ অভিনেতা বিবেক অ'বৰয়ে কৈছে যে তেওঁ বীৰ চিলাৰায় লাচিত বৰফুনৰ জীৱন গাথাৰ ওপৰত
এখন চলচিত্ৰ নিৰ্মাণ কৰিব আৰু লগতে চিনেমা খনত প্ৰায় ভাগ কালাকাৰ অসমৰে হ'ৱ বুলি তেওঁ
উল্লেখ কৰিছে।
লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দাঙৰীয়া দেৱে কৈছে যে বীৰ চিলাৰায় লাচিত বৰফুনৰ পৰাক্ৰম
গোটেই পৃথিৱীয়ে জনাতো প্ৰয়োজনীয়।
বিবেক অ'বৰয়ে টুইত যোগে কৈছে যে অসমৰ চাহ বাগান আৰু চাহ পাত বোৰৰ মনমোহক সুগন্ধই যিয়ে আপোনাক মন্ত্ৰমূগ্ধ কৰি পেলাব পাৰে ।
Post a Comment