Kshyamata Empowering Agri Enterprises Of Assam - APART ( Good news for assam farmers & enterprises owners )

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ (APART) শুভাৰম্ভনি Kshyamata Empowering Agri Enterprises Of Assam 

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ (APART Assam agribusiness and rural transformation project) পৃষ্ঠপোষকতাত অসমৰ কৃষি উদ্যোগী সকলক আগুৱাই নিয়াৰ উদ্দেশ্যে "ক্ষমতা" (KSHYAMATA)  শীষৰ্ক এখনি আঁচনি ৰূপান্তৰ কৰিবলৈ আগবাঢ়িছে। 

যিসকল কৃষি-উদ্যোগী/কৃষি উদ্যোগে কাৰিকৰী ভাৱে সাংগঠিত ৰূপত তেওঁলোকৰ কৃষি আৰু সংলগ্ন খণ্ডৰ বাণিজ্যিক পৰিসৰ বৃদ্ধিৰ বাবে ইচ্ছুক,সেইসকলক পঞ্জীয়নৰ বাবে আহ্বান জনোৱা হৈছে।

 এই উদ্দেশ্য অনলাইন/অফলাইন মাধ্যমেৰে প্ৰথম পৰ্যায়ত কামৰূপ,কাছাৰ,শোণিতপুৰ,গোৱালপাৰা,নলৱাৰী,গোলাঘাত আৰু যোৰহাত জিলাৰ কৃষি উদ্যোগী সকলৰ নাম পঞ্জীয়নৰ বাবে বিচৰা হৈছে।

এই আঁচনিৰ সুবিধাসমূহঃ

কৃষি উদ্যোগৰ ক্ষমতা বৃদ্ধি

ব্যৱসায় বিকাশৰ সেৱা

বিত্তীয় পোষণৰ সুবিধা

পঞ্জীয়নৰ প্ৰক্ৰীয়াঃ আপুনি অনলাইন মাধ্যমেৰে ৱেবচাইটৰ পৰা প্ৰ-প্ৰত্ৰ সংগ্ৰহ  কৰক
FORM DOWNLOAD LINKhttp://arias.in/kshyamata.php

নিম্নলিখিত ই-মেইলত পঞ্জীয়ণ কৰিব পাৰিব
E-MAIL - kshyamata@arias.in

আপুনি অনলাইন মাধ্যমেৰে তলত উল্লেখিত ঠিকনালৈ পঞ্জীয়নৰ বাবে পঠিয়াব পাৰিব


ৰাজ্যিক প্ৰকল্প সঞ্চালক 
অসম গ্ৰাম্য আঁন্ত-গাঠণি আৰু কৃষি সেৱা সমিতি
কৃষি চৌহদ,জি এছ ৰোড, খানাপাৰা গুৱাহাটী, অসম (ভাৰত) পিনঃ৭৮১০২২
পঞ্জীয়নৰ অন্তিম তাৰিখ : ৩১ জুলাই ২০২০

Kshyamata scheme assam goverment APART
Kshyamata scheme Assam government



3 Comments

  1. Keuntungan besar dalam permainan judi online tidak selalu harus dilakukan dengan modal besar, tetapi Anda juga masih bisa mendapatkan keuntungan besar dari modal sederhana tetapi dengan permainan besar, ini berarti situs judi online terbaik harus tersedia kapan saja. situs dominoqq online

    ReplyDelete

Post a Comment

Previous Post Next Post