![]() |
stock market in assamStock Market ত আপুনি কেনেকৈ Money Investment Assamese কৰিব ?শুনক যদি আপুনি Stock Market ত Invest কৰিব বিচাৰে, তেন্তে এই সিন্ধান্তটো আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ন সিন্ধান্ত। এতিয়া শুনক Stock Market কি ? Stock Market হৈছে এখন বজাৰ য'ত আপোনালোকে Stock কিনা-বেচা কৰিব পাৰে। সহজ ভাষাত কবলৈ গ'লে এইখন এখন বজাৰ য'ত বস্তু কিনা-বেচা কৰা হয়। ধৰি লওক, আপুনি এটা সামগ্ৰী ১০০ টকাত কিনিছে আৰু সেই সামগ্ৰীটো ১৩০ টকাত বিক্ৰী কৰিছে আৰু আপোনাৰ ৩০ টকা লাভ হৈছে। ঠিক তেনেদৰে সেই সামগ্ৰীটো ৭০ টকাত বেছিলে ৩০ টকা আপোনাৰ লোকচান হৈছে। এই লাভ-লোকচানৰ কথাতো আপোনাৰ Experience ত জড়িত হৈ আছে। Stock Market ত কেনেদৰে Investment কৰে ? আপুনি Stock Market ত Money Invest কৰিব গ'লে আপুনি কেইটামান কথাত গুৰুত্ব দিব লাগিব। প্ৰথমতে আপুনি এটা Demat Account বনাই ল'ব লাগিব। Zeroda, Upstox, 5Poisa, আদি বিভিন্ন ধৰনৰ Brokerage Company আছে , যাৰ সহায়ত আপুনি আপোনাৰ এটা Demat Account সহজতে বনাব পাৰে। দৰকাৰী নথিপত্ৰ : ভোটাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ নথি, আধাৰ কাৰ্ড , পাছপোৰ্ট ফটো। আপোনাৰ Demat Account হৈ যোৱাৰ পিছত, আপুনি Stock Market ত Investment কৰিব পাৰে। আপুনি Stock Market ত পইচা Short time আৰু Long time ত কৰিব পাৰে। আপুনি ইয়াৰ পৰা আপোনাৰ Demat Account সহজতে বনাব পাৰে - https://zerodha.com/open-account?c=TV0843 For more posts visit us again. |
Post a Comment