কোনে কোনে আপোনাৰ ফেচবুক (FACEBOOK) প্ৰফাইল খুচৰিছে আপুনি জানিব বিছাৰে নেকি ?



কেনেকৈ জানিব আপোনাৰ ফেচবুক প্ৰফাইল কোনে খুচৰিছে ?


আপুনি জানে যে বৰ্তমান সময়ত ফেচবুক সকলোতকৈ  অধিক ব্যৱহাৰিত সামাজিক মাধ্যম। বৰ্তমান

সময়ত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ২৬০ কৌটি আৰু ইয়াৰ ভিতৰত হয়টো আপুনিও এজন

গতিকে ইয়াৰে বেছি ভাগ মানুহে ইয়াৰ লগত জড়িত থাকে। এই মানুহ বিলাকৰ ভিতৰতে কিছুমান

মানুহে বেলেগৰ প্ৰফাইল চাই/খুচৰি থাকে। গতিকে আপুনিও যদি আপোনাৰ প্ৰফাইল কোনোবাই

খুচৰিছে নেকি জানিব বিছাৰে তেন্তে জানিব পাৰিব। 



ইয়াৰ কাৰনে আপুনি প্ৰথমতে  আপোনাৰ ফেচবুক একাউণ্ট টো ডেস্কটপ বা লেপটপত লগইন কৰক
 
আৰু হোম পেজত টাইপ কৰক Ctrl+U , ইয়াৰ পিছত এখন নতুন পেজ খোল খাব আৰু তাত বহু
 
সংখ্যক আখৰ দেখিবলৈ পাৱ। ইয়াৰ পিছত আকৌ টাইপ কৰক Ctrl+U । টাইপ কৰাৰ পাছতে আপুনি
 
Screen খনৰ সোঁফালে এটা বক্স দেখা পাব আৰু তাত আপুনি BUDDY_ID বুলি টাইপ কৰক। আৰু
 
লগে লগে আপুনি Screen ত কিছু হালধীয়া ৰং ৰ ওপৰত BUDDY_ID বুলি কিছুমান Text দেখা পাৱ। 

আৰু এই Text বোৰৰ ওচৰতে ১৫ টা সংখ্যাৰ এটি নম্বৰ দেখিবলৈ পাৱ।




আৰু এই নম্বৰ বোৰে হৈছে আপোনাৰ প্ৰফাইল চোৱা লোকৰ আইডি নম্বৰ।আৰু এই নম্বৰ টোৰে
 
আপুনি জানিৱ সেই মহান ব্যক্তিজন কোন।ইয়াৰ বাবে আপুনি কেৱল এটা নতুন Tab খুলি আকৌ 

আপোনাৰ ফে'চবুক টো লগইন কৰি এই ১৫ টা সংখ্যা Copy কৰি Search বুলি থকা বক্সটোত বহুৱাই  বা 

Paste কৰি দিলেই হ'ল। লগে লগে আপোনাৰ প্ৰফাইল খুচোৰা মহান ব্যক্তি জনৰ ফেচবুক প্ৰফাইল
 
আপুনি Screen ত দেখা পাৱ। গতিকে আপুনি এনেদৰে আন নম্বৰ বোৰো Search বক্সত Paste কৰি চাব 

পাৰিব যে শেহতীয়াকৈ আপোনাৰ প্ৰফাইল কোনে কোনে চাইছে।

 ধন্যবাদ।


Post a Comment

Previous Post Next Post